Devajit Bhuyan 
Assamer O Aa K Kha [EPUB ebook] 

Ủng hộ

ইংৰাজী মাধ্যমৰ ব্যাপক প্ৰসাৰ হোৱাৰ ফলত বহুতো কাৰ নোহোৱা অসমীয়া শব্দ এতিয়া কেৱল হেমকোষৰ পাতত। হয়তো কিছুবছৰ পাচত নৱ প্ৰজন্মই এই শব্দবোৰ যে অসমীয়া শব্দ আছিল গমেই নাপাব। অসমীয়া ভাষাই এতিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে যদিও অসমীয়া ভাষাক জীয়াই ৰাখি ইয়াৰ প্ৰসাৰ প্ৰচাৰৰ বাবে মামৰে ধৰা শব্দবোৰ পুনৰ ঘঁহি পিহি ব্যৱহাৰ কৰিব লাগিব। ক্ষণিকৰ উৎসাহে অসমীয়া ভাষাক বিশ্ব স্তৰলৈ লৈ যাব নোৱাৰে। বিহু, ঝুমুৰ বা মৈদামক লৈ যি প্ৰচাৰ বা বতাহ বলিছে, একেই বতাহ কামৰ জৰিয়তে, সাহিত্য চৰ্চাৰ জৰিয়তেহে ভাষাৰ ক্ষেত্ৰত হব পাৰিব। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ দেৱৰ কৰতল কমল কবিতাৰ আৰ্হিত কোনো কাৰ, যুক্তাক্ষৰ নোহোৱাকৈ লিখা ‘অসমৰ অ-আ ক-খ’ মোৰ পঞ্চম খন কাব্য গ্ৰন্থ।

€2.99
phương thức thanh toán
Mua cuốn sách điện tử này và nhận thêm 1 cuốn MIỄN PHÍ!
định dạng EPUB ● Trang 104 ● ISBN 9789370096189 ● Kích thước tập tin 0.6 MB ● Nhà xuất bản Ukiyoto Publishing ● Được phát hành 2025 ● Phiên bản 1 ● Có thể tải xuống 24 tháng ● Tiền tệ EUR ● TÔI 10253853 ● Sao chép bảo vệ Adobe DRM
Yêu cầu trình đọc ebook có khả năng DRM

Thêm sách điện tử từ cùng một tác giả / Biên tập viên

16.161 Ebooks trong thể loại này